২১ জুলাই- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
◾১৬৫৮ চনৰ আজিৰ দিনটোতে পিতৃ ছাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাবে ঔৰংগজেৱে দিল্লীৰ ৰাজপাটত উঠিছিল।
◾১৮৩১ চনৰ আজিৰ দিনটোতে বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়।
◾১৮৯১ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
◾১৯৫৪ চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ হাতৰপৰা দাদৰক মুক্ত কৰা হয়।
◾১৯৬৯ চনৰ আজিৰ দিনটোতে এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল।
◾১৯৭৭ চনৰ আজিৰ দিনটোতে নীলম সঞ্জীৱা ৰেড্ডী ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
◾২০০১ চনৰ আজিৰ দিনটোতে কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয়।
◾২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)