Homeকবিতা বেথা-নয়না নাথ August 01, 2022 0 বিদাৰিত হৃদয়ৰ হুমুনিয়াহবোৰপিয়াপি দি ফুৰে ................,শীতৰ লঠঙা গছৰ দৰে জীৱনটোৰঅস্তিত্ব হেৰালে ...................।শোকসন্তপ্ত হৃদয়ত লাগি ৰয়মাথো বেঁথা................,এৰা! বেঁথাৰো যে আছেনিজস্ব জীৱন গাঁথা .. । 🔴নয়না নাথ , লাউজান চাৰিআলি, দৰং Tags: কবিতা নয়না নাথ