বেথা-নয়না নাথ

0
বিদাৰিত হৃদয়ৰ হুমুনিয়াহবোৰ
পিয়াপি দি ফুৰে ................,
শীতৰ লঠঙা গছৰ দৰে জীৱনটোৰ
অস্তিত্ব হেৰালে ...................।
শোকসন্তপ্ত হৃদয়ত লাগি ৰয়
মাথো বেঁথা................,
এৰা! বেঁথাৰো যে আছে
নিজস্ব জীৱন গাঁথা .. ।

                   
🔴নয়না নাথ , লাউজান চাৰিআলি, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)