চাৰিওদিশে নিতাল নিস্তদ্ধ..!
জোনাকীৰ কিচ কিচ শব্দ ভেদি
হঠাৎ এক তীব্র চিঞৰ....
মাজনিশাৰ আন্ধাৰময় পথটিত এক উত্ৰাৱল
নাই সেইয়া চোন কুকুৰৰো চিঞৰ নহয়,
উহু নহয়...সেইয়া ফেঁচাৰো কিৰিলি নহয়,
অহ.. হয় হয় সেইয়া যেন
নৰৰূপী এজাক দৈত্যৰ কিৰিলি!!
◾ভাগ্যশ্রী বৰা।
মৰিগাঁও