জীৱন- মিন্টু গোৱলা

জীৱন এক অভিনয় 
জীয়াই আছোঁ বাবেই
কৰিছোঁ কত অভিনয়

দুখ- সুখ ,হাঁহি- কান্দোন
লৈ  জীয়াই আছোঁ ।

মানৱ নামৰ দেহা লৈ
কৰোঁ জীৱনৰ অভিনয় 

দেহাত থকা  উশাহ কণেই
কত যে অভিনয় কৰোঁৱাই।

জীৱন নামৰ সাগৰ খন
দেহা নামে নাওঁখন
দুখ-সুখ,হাঁহি-কান্দোন
নাওঁৰ বঠাখন 
কত যে বাব লাগে ।

Post a Comment

Previous Post Next Post