Home মিন্টু গোৱলা জীৱন- মিন্টু গোৱলা জীৱন- মিন্টু গোৱলা personRinku Rajowar August 16, 2022 0 share জীৱন এক অভিনয় জীয়াই আছোঁ বাবেইকৰিছোঁ কত অভিনয়দুখ- সুখ ,হাঁহি- কান্দোনলৈ জীয়াই আছোঁ ।মানৱ নামৰ দেহা লৈকৰোঁ জীৱনৰ অভিনয় দেহাত থকা উশাহ কণেইকত যে অভিনয় কৰোঁৱাই।জীৱন নামৰ সাগৰ খনদেহা নামে নাওঁখনদুখ-সুখ,হাঁহি-কান্দোননাওঁৰ বঠাখন কত যে বাব লাগে । Tags কবিতামিন্টু গোৱলা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ