লিপ্ত আজি অভিমানী মন
হেঁৰাই যোৱা আৱেগৰ ঠিকনা
উপলদ্ধি কৰি দুটি নয়ন
ধাৰাসাৰ অশ্ৰুৰে সিক্ত আজি।
বাস্তৱতাৰ সন্মুখীন হ'বলৈ
অপাৰগ হৈ পৰা অভিমানী মন
ক্ষন্তেকতে ম্লান পৰি গ'ল
প্ৰশ্নময় জীৱনটোক ভালকৈ
বুজি পাবলৈ বহুত কষ্ট হৈছে
মনৰ মাজৰ বোজা
মনতেই মৰহি গৈছে....!