সাধাৰণ জ্ঞান

©Admin
0
১/অসমৰ জাতীয় ফুল কি?
উত্তৰ:- কপৌফুল।
২/কপৌফুলক অসমৰ ৰাজ্যিক ফুলৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- ২০০৩ চনৰ ৪ এপ্ৰিল।
৩/বিহুক কেতিয়াৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হয় ?
উত্তৰ:-১৯৫২ চনত ।
৪/ ব'হাগ বিহুৰ মুখ্য আকৰ্ষণ কি?
উত্তৰ:- বিহু নৃত্য।
৫/শ্ৰী কৃষ্ণৰ শিক্ষাগুৰু কোন আছিল ?
উত্তৰ :- সান্দিপনী।

◾সংগ্ৰাহক -ৰূপামনি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)