লড়াই-আব্দুল কাদেৰ মিঞা

0
লড়াই ধৰ্ম লৈ নহয়
খাদ্য লৈ কৰক।
লড়াই মন্দিৰ মছজিদ লৈ নহয়
কৰ্ম সংস্থাপন লৈ কৰক।
লড়াই দীক্ষা লৈ নহয়
শিক্ষা লৈ কৰক।
লড়াই অস্ত্ৰ লৈ নহয় 
বস্ত্ৰ লৈ কৰক।
লড়াই শ্মশান - কৰবস্থান লৈ নহয়
বাসস্থান লৈ কৰক।
লড়াই জন্তু লৈ নহয়
মানৱতা লৈ কৰক ।
লড়াই নিজক লৈ নহয়
দেশৰ বাবে কৰক।



◾আব্দুল কাদেৰ মিঞা( দ: শালমাৰা মানকাচাৰ)
যোগাযোগ: +918472880283

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)