সাধাৰণ জ্ঞান

১. প্ৰথম অসমীয়া ব্যাকৰণ কোনে ৰচনা কৰিছিল?
উত্তৰ:- উইলিয়াম ৰবিনচন।

২. সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- বনফুল।

৩. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লিখকজনৰ নাম কি?
উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 

৪. প্ৰথম অসমীয়া শিশু উপন্যাস খনৰ নাম কি?
উত্তৰ:- পাতাল পুৰী।

৫. অসমৰ প্ৰথম বাৰ্ত্তালোচনীখনৰ নাম কি?
উত্তৰ:- অৰুণোদয়।

৬. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ কি?
উত্তৰ:- দৈনিক বাতৰি।

৭. প্ৰথম অসমৰ ইংৰাজী দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ:- দি আসাম ট্ৰিবিউন।

৮. গীতাঞ্জলি গ্ৰন্থ খনৰ গ্ৰন্থকাৰ কোন?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

৯. অসমীয়া চুটিগল্প জনক কোন?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

১০. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনী খনৰ নাম কি?
উত্তৰ:- মোৰ জীৱন সোঁৱৰণ।

সংগ্ৰাহক লক্ষ্য জিৎ বৰা 

Post a Comment

Previous Post Next Post