উত্তৰ:- উইলিয়াম ৰবিনচন।
২. সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- বনফুল।
৩. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লিখকজনৰ নাম কি?
উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৪. প্ৰথম অসমীয়া শিশু উপন্যাস খনৰ নাম কি?
উত্তৰ:- পাতাল পুৰী।
৫. অসমৰ প্ৰথম বাৰ্ত্তালোচনীখনৰ নাম কি?
উত্তৰ:- অৰুণোদয়।
৬. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ কি?
উত্তৰ:- দৈনিক বাতৰি।
৭. প্ৰথম অসমৰ ইংৰাজী দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ:- দি আসাম ট্ৰিবিউন।
৮. গীতাঞ্জলি গ্ৰন্থ খনৰ গ্ৰন্থকাৰ কোন?
উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।
৯. অসমীয়া চুটিগল্প জনক কোন?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
১০. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনী খনৰ নাম কি?
উত্তৰ:- মোৰ জীৱন সোঁৱৰণ।
◾সংগ্ৰাহক লক্ষ্য জিৎ বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ