২৯ ছেপ্টেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
২৯ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী   অনুসাৰে বছৰৰ ৰ ৩০২ তম (অধিবৰ্ষত ৩০৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৩টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৭৪০ খ্ৰীষ্টাব্দত স্কটলেণ্ডৰ সাহিত্যিক , জীৱনীকাৰ জেছ ৱেলৰৰ জন্ম হয়।

২/ আজিৰ দিনটোতে১৭৯৫ খ্ৰীষ্টাব্দত ইংৰাজ কবি জন কীটছৰ জন্ম হয়।

৩/ আজিৰ দিনটোতে ১৮৯৭ খ্ৰীষ্টাব্দত হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোছেফ গোৰৱেলছ জন্ম হয়।

৪/আজিৰ দিনটোতে ১৯৩৩ চনত ফৰাচী বিজ্ঞানী   এলবাৰ্ট কামেটৰ   মৃত্যু হয়।

৫/আজিৰ দিনটোতে ২০০২ চনত ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)