১/ আজিৰ দিনটোতে ১৭৪০ খ্ৰীষ্টাব্দত স্কটলেণ্ডৰ সাহিত্যিক , জীৱনীকাৰ জেছ ৱেলৰৰ জন্ম হয়।
২/ আজিৰ দিনটোতে১৭৯৫ খ্ৰীষ্টাব্দত ইংৰাজ কবি জন কীটছৰ জন্ম হয়।
৩/ আজিৰ দিনটোতে ১৮৯৭ খ্ৰীষ্টাব্দত হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোছেফ গোৰৱেলছ জন্ম হয়।
৪/আজিৰ দিনটোতে ১৯৩৩ চনত ফৰাচী বিজ্ঞানী এলবাৰ্ট কামেটৰ মৃত্যু হয়।
৫/আজিৰ দিনটোতে ২০০২ চনত ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ