সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/বেক্টেৰিয়াৰ আৱিষ্কাৰক কোন?
উত্তৰ -লিউয়েনহুক।

২/ মটৰ চাইকেলৰ উদ্ভাৱক কোন?
উত্তৰ -জি ডেইমলাৰ।

৩/ফটোগ্ৰাফী কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ -জে এন নীপছ।

৪/আধুনিক বংশগতিৰ পিতৃ কোন?
উত্তৰ - মেণ্ডেল।

৫/কৃত্ৰিম হৃৎপৃণ্ডৰ উদ্ভাৱক কোন?
উত্তৰ -উইলিয়াম কলফ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)