উত্তৰ : ৰুপান্তৰিত শিলত।
২) প্ৰশ্ন : তলৰ কোন বিধৰ আকৃতি উপবৃত্তাকাৰ?
(ক) পৃথিৱী
(খ) চন্দ্ৰ
(গ) সূৰ্য্য
(ঘ) এটাও নহয়।
উত্তৰ : পৃথিৱী।
৩) প্ৰশ্ন : মহাবৃত্ত (Great Circle) ক সাধাৰণতে কি নামেৰে জনা যায়?
উত্তৰ : নিৰক্ষ ৰেখা।
৪) প্ৰশ্ন : কাৰ দ্ৰাঘিমাংশ ৯০০।
উত্তৰ : দক্ষিণ মেৰু।
৫) প্ৰশ্ন : কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?
উত্তৰ : শুক্ৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ