চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : কোনবিধ শিলত জীৱাশ্ম পোৱা যায়?

উত্তৰ : ৰুপান্তৰিত শিলত।

২) প্ৰশ্ন : তলৰ কোন বিধৰ আকৃতি উপবৃত্তাকাৰ?

(ক) পৃথিৱী

(খ) চন্দ্ৰ

(গ) সূৰ্য্য

(ঘ) এটাও নহয়।

উত্তৰ : পৃথিৱী।

৩) প্ৰশ্ন : মহাবৃত্ত (Great Circle) ক সাধাৰণতে কি নামেৰে জনা যায়?

উত্তৰ : নিৰক্ষ ৰেখা।

৪) প্ৰশ্ন : কাৰ দ্ৰাঘিমাংশ ৯০০।

উত্তৰ : দক্ষিণ মেৰু।

৫) প্ৰশ্ন : কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?

উত্তৰ : শুক্ৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)