২ ছেপ্টেম্বৰ আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা

Rinku Rajowar
0
◾১৬৬৬ চনৰ আজিৰ দিনটোতে লণ্ডনৰ 'গ্ৰেট ফায়াৰ অৱ লণ্ডন' নামৰ অগ্নিকাণ্ড পুডিং লেনত (পথত) পিছৰাতি ২ বজাত আৰম্ভ হৈছিল, এই অগ্নিকাণ্ডৰ ফলত লণ্ডনৰ ৮০% অঞ্চল ধ্বংস হৈছিল।
◾১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত জাপানে পোছাকীভাৱে আত্মসমৰ্পণ কৰিছিল।
◾১৯৪৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠিত হয়।
◾১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰ'ক মেমৰিয়েলৰ (স্মৃতিসৌধ) উদ্বোধন কৰে।
◾১৯৯৮ চনৰ আজিৰ দিনটোতে পাইলট বিহীন প্ৰশিক্ষণ বিমান নিশান্ত সফলভাবে উড্ডয়ন কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)