৮ ছেপ্টেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
◾১৩২০ চনৰ আজিৰ দিনটোতে গিয়াথ আল-দীন টোঘলক (Ghiyath al-Din Tughluq), দিল্লীৰ চুলতান হয়।
◾১৯৪৩ চনৰ আজিৰ দিনটোতে ইটালীয়ে নিস্বৰ্তভাৱে মিত্ৰশক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
▪️১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূব আৰু উত্তৰ সীমান্তত চীনে আক্ৰমণ চলায়।
▪️১৯৬৫  চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই (ইউনেস্কো) ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে।
◾১৯৯১ চনৰ আজিৰ দিনটোতে উত্তৰ মেছিদনিয়াই য়ুগোশ্লাভিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
◾২০১৭ চনৰ আজিৰ দিনটোতে অসমৰ আটাইতকৈ ব্যয়বহুল আৰু বাণিজ্যিক ভাবে সফল ছবি মিছন চাইনা (চলচ্চিত্ৰ) খনে শুভমুক্তি লাভ কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)