ব্যক্তিগত-পিংকী বৰা

©Admin
0
অকলশৰীয়া সপোনবোৰক সাৱটি 
কেতিয়াবা দুহাত মেলি চিঞৰি চিঞৰি ক'ব মন যায়,
এই শিলেৰে গঢ়া জীৱনটোত দুখ বোৰ যেন মোৰ চিৰস্থায়ী
সুখবোৰ আৰু হেঁপাহবোৰ আছে মাথোঁ 
মৃত্যুৰ সিপাৰে ৰৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)