সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
উত্তৰঃ চন্দ্ৰকান্ত অভিধান (১৯৩৩) ।
২/বড়ো সাবিত্য সভা কেতিয়া  গঠন হৈছিল?
উত্তৰঃ ১৯৫৫ চনৰ ১৬ নৱেম্বৰত ।
৩/কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিকাকত?
উত্তৰঃ 'উৰুলি'।
৪/অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি  ?
উত্তৰঃ ধুবুৰী জিলাৰ মহামায়া পাহাৰ ।
৫/অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন ?
উত্তৰঃ বনেলি খং মেন ।
৬/মহিলা পৰিচালকৰ পৰিচালাকা প্ৰথম অসমীয়া চলচ্চিএ খনৰ নাম কি?
উত্তৰঃ নয়নমণি।
৭/অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত ১৫ আগষ্টত ।
৮/গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰঃ সত্যপ্ৰসাদ বৰুৱাৰ "ধৰালৈ যিদিনা নামিব সৰগ" । 
৯/গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰঃ সত্যপ্ৰসাদ বৰুৱাৰ "ধৰালৈ যিদিনা নামিব সৰগ" ।
১০/অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উত্তৰঃ মিকিৰ পাহাৰ।















Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)