আজিৰ দিনটোৰ তাৎপৰ্য ২০ অক্টোবৰ

©Admin
0
▪️আজি বিশ্ব পৰিসংখ্যা দিৱস
▪️ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগৰ আজি জন্মদিন ।
▪️১৫৬৮ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ।
▪️১৭৭৪ চনৰ আজিৰ দিনটোতে কলিকতাক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল।
▪️১৯০৪ চনৰ আজিৰ দিনটোতে চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰিছিল।
▪️১৯৬২ চনৰ আজিৰ দিনটোতে চীনে ভাৰত আক্ৰমণ কৰিছিল।

সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)