আনন্দ-সীতা দেৱী

©Admin
0
আগে আগে পদুলিৰ মূৰত থকা বকুল গছ জোপাত কৰবাৰ পৰা কাউৰী এজনী আহি কা কা কৈ চিঞৰি থকা দেখি কিবা অজান আশংকাত ধৰ্মকাইৰ হৃদয় শিঁহৰিত হৈ পৰা দেখি তেওঁ দলি এচপৰা লৈ কাউৰীজনী খেদিলে। গোটেই ৰাতি জীৱনত পোৱা দুখ, কষ্ট,অৱহেলাৰ হিচাপ কিতাপ কৰি কেতিয়া টোপনি গ'ল গমেই নাপালে। ৰাতি পুৱা সাৰ পাই উঠি দুৱাৰখন খুলি দেখিবলৈ পালে, বহু বছৰ আগতেই দেউতাকক অকলশৰীয়াকৈ এৰি থৈ যোৱা ধৰ্মকাইৰ একমাত্ৰ সন্তান দাদুমণি সপৰিয়ালে ঘৰলৈ সোমাই আহিছে ।

✍️সীতা দেৱী, বিহপুৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)