২৭ অক্টোবৰ - ইতিহাসত আজিৰ দিনটো

©Admin
0
২৭ অক্টোবৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীঅধিবৰ্ষত ৩০১তম দিন। বছৰ শেষ হ'বলৈ ৬৫ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/আজিৰ দিনটোতে ১৯৬২ চনত ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
২/ আজিৰ দিনটোতে ১৯০১ চনত  লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ জন্ম।
৩/১৯২০  চনত  ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্ম।
৪/ আজিৰ দিনটোতে ১৯৩২ চনত ছিলভিয়া আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক ছিলভিয়া প্লাথৰ জন্ম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)