Home মিনাক্ষী দত্ত সাক্ষী- মিনাক্ষী দত্ত সাক্ষী- মিনাক্ষী দত্ত Author - person©Admin October 27, 2022 0 share বন্ধ্যাত্ব বেদনাৰে জৰ্জৰিত অৰুনিমাৰ কৃষ্ণচূড়া ফুলযেন কোমল কলিজাটো বিষাক্ত কীটে কুটি-কুটি খোৱা জোনগলা ৰাতিৰ বহু পল-অনুপলৰ সাক্ষী হৈ ৰ'ল তাই গোপনে সংযোগ কৰা গোপন কেমেৰাটো । Tags অণুগল্পমিনাক্ষী দত্ত Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ