সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : কোনবিধ ফল ‘ৰত্ন, নীলম, সিন্ধু, ফীৰাৰদিন আৰু ইনুগু দত্ত’ – এই প্ৰকাৰ কেইটাত উপলদ্ধ?

উত্তৰ : আম।

২) প্ৰশ্ন : কোনখন গ্ৰন্থক মহাত্মা গান্ধীয়ে ‘তেওঁৰ মাতৃ’ বুলি বিবেচনা কৰি তেওঁ জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল?

উত্তৰ : গীতা।

৩) প্ৰশ্ন : স্নান ঘাট, হিন্দু বিশ্ব বিদ্যালয় আৰু ৰেচম কাপোৰৰ বাবে প্ৰসিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : বাৰানসী।

৪) প্ৰশ্ন : অসমত টুপ্পা মানে কি বস্তুত বুজায়?

উত্তৰ : চাহৰ খৰাহী।

৫) প্ৰশ্ন : ছান ফ্ৰান্সিছকো আৰু ক’লকাতাৰ পৰিবহণৰ মাজত সাদৃশ্য থকা পৰিবহণ ব্যৱস্থাটো কি?

উত্তৰ : ট্ৰাম গাড়ী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)