২১ অক্টোবৰ-ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
▪️১৯৩৪ চনৰ আজিৰ দিনটোতে জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
▪️১৯৩৪ চনৰ আজিৰ দিনটোতেমাও জেদঙে বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ কৰে।
▪️১৯৪৩ চনৰ আজিৰ দিনটোতেছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
▪️১৯৯১ চনৰ আজিৰ দিনটোতে কপিলদেৱৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
▪️১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ দাদাচাহেব ফাল্কে বঁটা।
▪️১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
▪️২০০১ চনৰ আজিৰ দিনটোতে  বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।

সংগ্ৰাহক- ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)