Home লহৰজ্যোতি মৰাণ আহিবা - লহৰজ্যোতি মৰাণ আহিবা - লহৰজ্যোতি মৰাণ person©Admin October 12, 2022 0 share হঠাৎ তুমি এদিন আহিবা ,মোৰ নিচেই কাষত ৰ'বাহিমই মাত্ৰ পলক নেপেলোৱাকৈ চাই ৰ'ম ।তুমি যেন পানীৰে ওপচি পৰানদীৰ সোঁতত বাধাহীনভাবে !একুৰা লেলিহান জুইআৰু মই যেন মই নহয় ,শূন্যত বিলীন এডোখৰ ছাইযদি ভগবানে কৰেহি লগধন্য মানিম ভগবান ধন্য । ◾লহৰজ্যোতি মৰাণ। Tags কবিতালহৰজ্যোতি মৰাণ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ