দৈনিক সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

0
প্রঃ শ্ৰেণী কক্ষৰ আকাৰ কেনে হোৱা উচিত ?

উঃ বৰ্গাকাৰ হোৱা উচিত।

প্রঃ বিদ্যালয় প্রতিষ্ঠানৰ  মানৱ সম্পদ তিনিটাৰ নাম লিখা।

উঃ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী।

প্রঃ বিদ্যালয় প্রতিষ্ষ্ঠানৰ বৈষয়িক  সম্পদ তিনিবিধৰ নাম লিখা।

উঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ।

প্রঃ পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?

উঃ গ্ৰন্থাগাৰিক বা পুথিভঁৰালী।

প্রঃ ‘শ্ৰেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি  তোলা হয়’: কথাষাৰ কোনে কৈছিল ?

উঃ টি ৰেমন্ট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)