উঃ বৰ্গাকাৰ হোৱা উচিত।
প্রঃ বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা।
উঃ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী।
প্রঃ বিদ্যালয় প্রতিষ্ষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।
উঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ।
প্রঃ পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?
উঃ গ্ৰন্থাগাৰিক বা পুথিভঁৰালী।
প্রঃ ‘শ্ৰেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়’: কথাষাৰ কোনে কৈছিল ?
উঃ টি ৰেমন্ট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ