১২ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
🅾️লোকসেৱা সম্প্ৰসাৰণ দিৱস । ১৯৪৮ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে আবেলি ৩ বজাত আকাশবাণীৰ জৰিয়তে দেশক সম্বোধন কৰিছিল ।
🅾️১৯৬৪ চনৰ আজিৰ দিনটোতে সৈনিক স্কুল, গোৱালপাৰাৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
🅾️১৯৯৬ চনৰ আজিৰ দিনটোতে কবি অৱনী চক্ৰৱৰ্তী নিৰুদ্দেশ হৈছিল।
🅾️২০০৬ চনৰ আজিৰ দিনটোতে বাংগালোৰ চহৰৰ নাম সলনি কৰি বাংগালুৰ কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)