🔴বৃষ- সাৱধান হওক। পৰিয়ালৰ প্ৰতি যত্ন লওঁক। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। নিজক সুখী ৰাখিবলে চেষ্টা কৰক। মনৰ আশা পুৰণ হ’ব পাৰে।
🔴মিথুন- যিকোনো অভাৱ দূৰ হ’ব । আলহী অহাৰ সম্ভাৱনা অধিক। অগ্নিৰ পৰা দূৰত থাকিব। হাতলৈ আকস্মিক ধন আহিব পাৰে। প্ৰেমত বাধা।
🔴কৰ্কট- কাৰোবাৰ লগত তৰ্ক হ’ব পাৰে। হতাশা আহিব। পঢ়াত মধ্যম। ৰাজনীতিৰ বাবে দিনটো শুভ। কুকুৰৰ পৰা দূৰত থাকিব।
🔴সিংহ- ভাল খবৰ লাভ কৰিব।স্বাস্থ্য ভালে থাকিব। সংসাৰত শুভ। কৰ্ম স্থানত অশান্তি। প্ৰেমত মংগল।
🔴কন্যা- ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। ব্যৱসায়ীৰ বাবে লোকচানৰ দিন । মনটো অসুখী হ’ব। পেটৰ বিষত ভুগিব পাৰে।
🔴তুলা- ঘৰৰ পৰা ওলাই যাওঁতে সাৱধানে যাওক। পৰিয়ালৰ লগত বিবাদ হ’ব পাৰে। প্ৰেমত সম্পৰ্ক ভাল হ’ব।
🔴বৃশ্চিক- কৰ্মস্থানত প্ৰশংসা পাব। বেপাৰ-বাণিজ্যত মধ্যম। সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব। বুকুৰ বিষ হ’ব পাৰে। পানী জমা হোৱা ঠাইৰ পৰা আঁতৰি থাকিব। কথা কোৱাৰ ক্ষেত্ৰত সংযম হ’ব।
🔴ধনু- মনত দুখ পাব। মানসিক চিন্তা বাঢ়িব। দুপৰীয়াৰ পিছত স্বাস্থ্য কিছু ভালে নাযাব। পতি-পত্নীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। পুৰণি পৰিকল্পনা সম্পূৰ্ণ হ’ব।
🔴মকৰ- আমদানি-ৰপ্তানিৰ কাম কৰা লোক সকল উপকৃত হ’ব। আনৰ আবেগক শ্ৰদ্ধা কৰক। খৰছৰ মাত্ৰ কম কৰক। ধৰ্মীয় স্থান ভ্ৰমণৰ সম্ভাৱনা আছে।
🔴কুম্ভ- হাতত থকা ধন হেৰুৱাব পাৰে। অহংকাৰ নকৰিব। নহলে কোনো কামৰ সমাধান নহ’ব। খং কমাব। অন্যথা লোকচান আপোনাৰ হ’ব। গাড়ীৰ পৰা সাৱধানে থাকিব।
🔴মীন- ব্যৱসায়ত লাভ। ঘৰলৈ নতুন বস্তু আহিব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। কাৰোৰে লগত তৰ্ক নকৰিব। সন্তানৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ