বৈশিষ্ট্য হেৰাল-হেমেন হাজৰিকা

Rinku Rajowar
0
          বিশিষ্টই বৈশিষ্ট্য হেৰুৱাই
     চুক ভেকুলী হ'ল  ।।

      চাব নোৱাৰা
      চুব নোৱাৰা
      অনুভৱ কৰিব নোৱাৰা
      খাব নোৱাৰা
      অনামী দুখত
      কক্ বকাই থকা হ'ল বিশিষ্ট  ।।

      ওফাইদাং ভেম
       চুৰিয়াৰ ফেৰ
       সকলো ফুটুকাৰ ফেন  ।।

        বৈশিষ্ট্য হেৰুৱাতকৈ
        বিশিষ্ট নোহোৱাই ভাল  ।।

         ◾হেমেন হাজৰিকা
                  ৰাণী
        কামৰূপ (ম) অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)