সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল?
উত্তৰ - ৰেণুকা দেৱী বৰকটকী।
২/অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত?
উত্তৰ -যোৰহাট।
৩/অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক'ত অৱস্থিত?
উত্তৰ -১৯৪০ চনত ,গুৱাহাটীত।
৪/ অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰ - দেৰগাঁও।
৫/পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে?
উত্তৰ -গুৱাহাটীত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)