ৰাতি নৌপুৱাওঁতে ঠাইখন ভৰি পৰিলেই।বিৰল দৃশ্যটো বন্দী নকৰাকৈনো সিহঁত ৰয় কেনেকৈ?সিও আছিল সিহঁতৰ মাজত।একমাত্ৰ তাৰ হৃদয়েহে বুজিব পাৰিছিল দেখাত নান্দনিক যেন লগা দৃশ্যটোৰ আঁৰৰ হুমুনিয়াহ।
সি আকৌ ঠাইখনত গৈ ওলাইছিল।তুলি দিছিল আবতৰীয়া শিলাবৃষ্টিয়ে মুখৰ হাঁহি কাঢ়ি নিয়াসকলৰ হাতত সাহায্যৰ টোপোলা।মুখে মুখে বৰষিছিল - "ইউটিউব চেনেলটোৰ দৰে ল'ৰাটোও সঁচাকৈয়ে 'বেলেগতকৈ বেলেগ'।"
✍️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ