পৰম্পৰা-আব্দুল কাদেৰ মিঞা

©Admin
0
মহেশ বাবুৱে ঘৈণীয়েকক মাতি ক'লে -
গোটেই জীৱন তুমি নিয়ম-নীতি পালন কৰি আহিলা।
সদায় মোৰ পিছত খাইছা ,
আজি আহা , পুত্ৰ-বোৱাৰীৰ দৰে আমিও একে লগে বহি এসাঁজ খাওঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)