সমস্যাৰ যোগাত্মক দিশ আছে - বিকাশ দাস

©Admin
0
‌‌ৰমেন এজন দুখীয়া খেতিয়ক । তেওঁৰ লগত সদায় দুৰ্ভাগ্যই দেখা দিয়ে । যোৱাবাৰ খেতিৰ বাবে বীজ ৰোৱাৰ একসপ্তাহ পিছত কৃত্ৰিম বানপানীয়ে গোটেই বীজ উটুৱাই লৈ গ'ল এইবাৰ তেওঁ চিন্তা কৰিবলৈ ধৰিলে যে খেতি কৰিবনে নকৰে ?
             আৰু অলপ পিছত ভাবিলে খেতিৰ বাহিৰে আন কোনো উপায় নাই আৰু নাঙলৰ মুঠিত কিমান শক্তি ।           

✍️বিকাশ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)