সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/সাহিত্য  অকাডেমী'পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখৰনৰ লাম কি?
উত্তৰঃ সৌৰভ কুমাৰ চিলিহাৰ 'গোলাপ' ।

২/অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
উত্তৰঃ বিন্দু।

৩/অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেক্তী কোন ?
উত্তৰঃ নলিনীবালা দেৱী ।
৪/অসমীয়া ভাষাত প্ৰথম ব্যঈ আলোচনীখনৰ ৱনাম কি?
উত্তৰঃ 'কটুন।

৫/অনুৰাধাৰ দেশ ' উপন্যাসখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ফণীন্দ্ৰ কুমাৰ দেৱ চোধুৰীয়ে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)