আৱৰ্জনা-সুস্মিতা দাস

©Admin
0
গিৰীয়েকৰ মৃত্যুৰ পাছত মালতীয়ে বহুত কষ্ট কৰি নবীনক ডাঙৰ-দীঘল কৰি পঢ়াই শুনাই এজন ডাঙৰ অভিযন্তা কৰিবলৈ সক্ষম হ'ল। নবীনে নিজে পচন্দ কৰা অফিচৰ এগৰাকীক নিজৰ জীৱন সংগী কৰিলে । কিন্তু, সৰুৰে পৰা ইমান কষ্টৰে ডাঙৰ দীঘল কৰা মাক মালতী আজি নবীন আৰু তেওঁৰ পত্নীৰ বাবে ঘৰৰ আৱৰ্জনা হৈ পৰিল । 


✍️ সুস্মিতা দাস
  মৰিগাঁও 
 একাদশ ( বিজ্ঞান শাখা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)