সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ৰামকৃষ্ণ মিছন কিমান চনত প্ৰতিষ্ঠা হৈছিল? 
উত্তৰ : ১৮৯৭ চনত 
২/মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ বৃহত্তম ৰাজ্য খনৰ নাম কি? 
উত্তৰ : ৰাজস্থান 
৩/কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? 
উত্তৰ : হেনৰী কটন 
৪/সাহিত্যাচাৰ্য বুলি কাক জনা যায়? 
উত্তৰ : অতুল চন্দ্ৰ হাজৰিকা 
৫/জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হৈছিল? 
উত্তৰ : ১৯৬৮ চনত ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)