Home ধনমণি কোঁৱৰ মৃত্যুৰ এভুমুকি- ধনমণি কোঁৱৰ মৃত্যুৰ এভুমুকি- ধনমণি কোঁৱৰ Author - person©Admin February 03, 2023 0 share মৃত্যুলৈ নাই মোৰ ভয়ভয় মাথো এটাই মৃত্যুৰ পিছত জানো "মই" মই হৈ থাকিম?মৃত্যুৰ পিছত জানো এবাৰ হলেও..মোৰ বিষয় সুধিবলৈ কাৰোবাৰ সময় হব ?মোৰ দৰে হয়তো আৰু বহুতো আহিব ?তেতিয়া আৰু "মই " মই হৈ নাথাকো । সকলো অৰ্থহীন হৈ পৰিব এই "মই"। Tags কবিতাধনমণি কোঁৱৰ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ