কিয় গ'লা এৰি - ৰিম্পী ভৰাঁলী

0
দুদিনীয়া সপোন হৈ কিয় আহিছিলা জীৱনলৈ? 
কিয় দিছিলা মিছা প্ৰতিশ্ৰুতি ?
কিয় দেখুৱাইছিলা মিছা স্বপ্ন?
কিয় ভাঙিলা মোৰ হৃদয়?
আজিও এই ভগ্ন হৃদয়ে কান্দে 
চিঞৰি চিঞৰি মাথোঁ তোমাকেই বিচাৰে 
হৃদয়ে মাথোঁ কয় 
কিয় এৰি গ'লা তুমি?
পৰাণৰ মিঠা মৌ সানি 
হৃদয়ত লৈছিলা উচ্চ আসন 
পলকতে ভাঙি হিয়া আজি 
হৈ ৰ'লা আনৰ ।
                            
✍️ৰিম্পী ভৰাঁলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)