জীৱনৰ পৰিসমাপ্তি ক'ত?
কিছুমান শব্দ ক'ব নোৱাৰি !
কিছুমান হয়টো হেৰাই যায় !
আকৌ কিছুমান আকাংক্ষা হৈ থাকি যায়,
হিচাপ কৰিলে পোৱা যাই
মাথোঁন শূণ্যতা।
আৰু এনেকৈয়ে পোৱা নোপোৱাৰ হিচাপৰ শেষত জীৱনেই পৰিসমাপ্তি মাগে।
সপোন আৰু বাস্তৱৰ
সংঘাত কিয় হয়?
জীৱন বহু চুটি ও
য'ত শব্দবোৰ আঁকোৱালি ল'বলৈ ও সময়
নাথাকে ! !
আৰু শেষত হেৰাই যায়
সকলোবোৰ......
খালী হৈ পৰে ডায়েৰীৰ পৃষ্ঠাবোৰ।
✍️ধৃতাশ্ৰী বৰ্মন,
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ