সৃষ্টিৰ সেই ঠিকনা-ধৃতাশ্ৰী বৰ্মন

©Admin
0
হেৰাই যাই ন শব্দবোৰ....
জীৱনৰ পৰিসমাপ্তি ক'ত? 
কিছুমান শব্দ ক'ব নোৱাৰি ! 
কিছুমান হয়টো হেৰাই যায় ! 
আকৌ কিছুমান আকাংক্ষা হৈ থাকি যায়,
হিচাপ কৰিলে পোৱা যাই 
মাথোঁন শূণ্যতা।

আৰু এনেকৈয়ে পোৱা নোপোৱাৰ হিচাপৰ শেষত জীৱনেই পৰিসমাপ্তি মাগে। 
সপোন আৰু বাস্তৱৰ 
সংঘাত কিয় হয়?

জীৱন বহু চুটি ও
য'ত শব্দবোৰ আঁকোৱালি ল'বলৈ ও সময় 
নাথাকে ! ! 
আৰু শেষত হেৰাই যায় 
সকলোবোৰ......
খালী হৈ পৰে ডায়েৰীৰ পৃষ্ঠাবোৰ। 

✍️ধৃতাশ্ৰী বৰ্মন, 
    নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)