প্ৰবাসী তোৰ লগত সাতুৰিম- অনন্ত কুমাৰ ভূঞা

©Admin
0
যিদিনা সপোনত দেখিছিলোঁ তোমাক
প্ৰেম ভগাই লোৱাৰ ইচ্ছা জাগিছিল
স্মৃতিভৰা কোমল নিশা
জীৱনত সপি দিছিলোঁ‌ ধুনীয়া মন
প্ৰথম পুৱা
একেই সুৰতে গাইছিলোঁ গীত।
পুৱাৰ কিৰণত মৰম জগাই
আশাৰে ঢালি দিছিলোঁ প্ৰণয়
আৰু সাগৰৰ তীৰত গৈ 
ওপজা দিনত মৰমৰ উৎসৱ পাতি
সাতুৰিছিলোঁ‌ প্ৰবাসী তোৰ লগত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)