নাৰী-ধনমণি কোঁৱৰ

©Admin
0
তুমি ত্যাগ 
তুমি ধৈৰ্য্য
তুমিয়ে শৌৰ্য্য
এখনি ঘৰ শুৱনি কৰাৰ
তুমি ক্ষমতাৰে মহিয়ান
সুন্দৰ এখনি সমাজ গঢ়াৰ 
তুমি ক্ষমতাৰে মহিয়ান।
সন্তানৰ মাতৃ হোৱা
তথাপিতো কিয়-----
বাৰে বাৰে তুমিয়েই হৈ আহিছা
লাঞ্চিতা, বঞ্চিতা, প্ৰতাৰিতা, ধৰ্ষিতা
নাৰী, এই ধৰাৰ সৃষ্টিৰ শলিতা
তুমি নহয় কলংকিতা।

                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)