তুমি মোৰ ওচৰলৈ নাহিবা-নয়ন জ্যোতি পাটৰ

Rinku Rajowar
0
তুমি মোৰ ওচৰলৈ নাহিবা।
কাৰণ মোৰ প্ৰেমত পৰাৰ ইচ্ছা নাই ,
তুমি আহিলে যেন, মই প্ৰেমত পৰি যাম তোমাৰ 
সেইবাবেই তুমি নাহিবা।

তুমি নাহিবা......... দেই ।
মোৰ লগত থাকিলে যেন তুমিও কান্দিব লাগিব,
সেইবাবেই তুমি নালাগে আহিব।
আৰু মোৰ অন্তৰখনো বিষাদেৰে ভৰা!
তোমাক মই ক'ৰ পৰা সুখ দিম 
মই .....অসমৰ্থ ।


🖋️ নয়ন জ্যোতি পাটৰ
     মৰিগাঁও (মিকিৰভেটা)
     একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)