১২ মাৰ্চ (ইংৰাজী: ১২ মাৰ্চ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৪টা দিন (অধিবৰ্ষত ২৯৫ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম:
১/ ১৯৮৪ৰ আজিৰ দিনটোত বলীউদৰ নেপথ্য গায়িকা শ্ৰেয়া ঘোষালৰ জন্ম হৈছিল।
২/ ১৯৬৪ৰ আজিৰ দিনটোত গায়িকা ফাল্গুনী পাঠকৰ জন্ম হয়।
সংগ্ৰাহক : অংকুৰ বৰা ।
উৎস : ইন্টাৰনেট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ