এই বাট চিনাকি-যিচুশংকৰ দাস

©Admin
0
এই‌ বাটেদিয়েই আহে প্ৰতিটো ৰাতিপুৱা পৃথিৱীৰ মাজলৈ
এই‌ বাটেদিয়েই যায় কৃষক পথাৰৰ বুকুলৈ
এই বাট চিনাকি................
এই বাটেৰেই যায় দুপৰীয়াটো,
আবেলিৰ বুকুলৈ।
এই বাটেৰেই যায় বেলি,
নদীৰ বুকুলৈ,দিনটোৰ ভাগৰ ধুবলৈ।
এই‌ বাটেদিয়েই বেলি যায় গৈ নিশাৰ বুকুলৈ।
এই বাটেদিয়েই জোন আহে বেলিক জিৰণী দিবলৈ।।।।
এই বাট চিনাকি.....

✍️যিচুশংকৰ দাস
         মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)