৯ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0
৯ মাৰ্চ গ্ৰেগ'ৰীয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম দিন। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/আজিৰ দিনটোতে ১৯৫১ চনত ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ তবলা বাদক জাকিৰ হুছেইনৰ জন্ম হৈছিল।
২/আজিৰ দিনটোতে ১৯৮১ চনত নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী মেক্স ডেলবুৰ্কৰ মৃত্যু হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৬০ চনত অসমীয়া সাহিত্যৰ ৰমণ্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)