উত্তৰঃ নলিনীবালা দেৱী ।
২/আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল?
উত্তৰঃ "অৰুণোদয় " যুূগৰ এজন বিখ্যাত লিখক।
৩/ৰঘুনাথ চৌধাৰীয়ে ৰচা কবিতা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ নৱমল্লিকা ।
৪/দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ 'সাগৰ দেখিছা'।
৫/কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
উত্তৰঃৰাম সৰস্বতী ।
৬/অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ?
উত্তৰঃ ১৯৪৮ চনত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ