সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন ?
উত্তৰঃ নলিনীবালা দেৱী ।

২/আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল?

উত্তৰঃ "অৰুণোদয় " যুূগৰ এজন বিখ্যাত লিখক।
৩/ৰঘুনাথ চৌধাৰীয়ে ৰচা কবিতা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ নৱমল্লিকা ।

৪/দেৱকান্ত  বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ 'সাগৰ দেখিছা'।

৫/কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
উত্তৰঃৰাম সৰস্বতী ।
৬/অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ? 
উত্তৰঃ ১৯৪৮ চনত  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)