কুইজ - সাধাৰণ জ্ঞান

©Admin
0
১/প্ৰথম অসমীয়া বোলছবি "জয়মতী" কেতিয়া মুক্তি লাভ কৰিছিল? 
উত্তৰ :১৯৩৫ চনৰ ১০ মাৰ্চত।
২/অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়?
উত্তৰ :৩ চেপ্তেম্বৰ 
৩/অসমৰ কোনখন চহৰক Manchester of Assam বুলি জনা যায়?
উত্তৰ :শুৱালকুছি
৪/সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? 
উত্তৰ :চক্ৰশিলা
৫/গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? 
উত্তৰ :১৯৭০
৬/প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ :বনফুল (যতীন্দ্ৰ নাথ দুৱৰা)
৭/শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?
উত্তৰ :উদয়াদিত্য সিংহ
৮/কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল?
উত্তৰ :১২৫৩ চনত
৯/জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?
উত্তৰ :বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১০/আহোমৰ শেষৰ ৰজা কোন আছিল?
উত্তৰ :পুৰন্দৰ সিংহ

সংগ্ৰাহক::দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)