২৭ মাৰ্চ-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
২৭ মাৰ্চ গ্ৰেগৰিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।
ঘটনাৱলী :
১৯৬১ আন্তজাৰ্তিক থিয়েটাৰ প্ৰতিষ্ঠানে পোণ প্ৰথমবাৰৰ বাবে বিশ্ব থিয়েটাৰ দিৱস পালন কৰে।
জন্ম :
১৯১৫- পুষ্পলতা দাস ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ - সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
১৯৯৬-আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।
মৃত্যু :
২০১১-ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক
২০১৭ - অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী ।
দিৱস :
বিশ্ব থিয়েটাৰ দিৱস(আন্তজাৰ্তিক)
সশস্ত্ৰ বাহিনী দিৱস(ম্যানমাৰ)

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)