সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

©Admin
0
১/কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল?
উত্তৰ :১৮২৬ চনত
২/অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
উত্তৰ : ৭খন
৩/ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে?
উত্তৰ : পঞ্চৰত্ন আৰু যোগীঘোপা
৪/কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম(কামৰূপ)লৈ আহিছিল?
উত্তৰ :ভাস্কৰ বৰ্মন
৫/শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?
উত্তৰ :ৰামসিংহ
৬/প্ৰথম অসমীয়া বোলছবি 'জয়মতী 'ৰ পৰিচালক কোন আছিল?
উত্তৰ :জ্যোতিপ্ৰসাদ আগৰৱালা
৭/অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ :শিৱসাগৰ
৮/কিমান চনত অসম সাহিত্য সভা গঠিত হৈছিল?
উত্তৰ :১৯১৭ চনত
৯/অসমৰ জাতীয় সংগীত' অ মোৰ আপোনাৰ দেশ' প্ৰথমতে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল?
উত্তৰ :বাহী
১০/শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?
উত্তৰ :উদয়াদিত্য সিংহ

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)