কুইজ-সাধাৰণ জ্ঞান

©Admin
0
১/কলম্বাছে আমেৰিকা কিমান চনত আবিস্কাৰ কৰিছিল?
উত্তৰ :১৪৯২
২/দিল্লীত লালকিল্লা কোন্ নিৰ্মাণ কৰোৱাইছিল?
উত্তৰ :ছাহজাহান
৩/ভাৰত আৰু পাকিস্তানক পৃথক কৰা আন্তৰ্জাতিক সীমাৰেখাৰ নাম কি?
উত্তৰ :ৰেডক্লিফ লাইন
৪/ন'বেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন?
উত্তৰ :ৰবীন্দ্ৰ নাথ ঠাকুৰ
৫/ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
উত্তৰ :পদুম
৬/মানুহৰ শৰীৰত শতকৰা কিমান ভাগ পানী থাকে?
উত্তৰ :৬০%
৭/উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ :গদাধৰ সিংহ
৮/' লাইট অৱ এছিয়া' বুলি কাক জনা যায়?
উত্তৰ :গৌতম বুদ্ধ
৯/বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন?
উত্তৰ :ওম বিৰলা
১০/শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ :১৬৭১

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)