আজিৰ দিনটোৰ বিশেষত্ব -দীপ্তি কুমাৰ

©Admin
0
২০মাৰ্চ(ইংৰাজী ২০ মাৰ্চ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০)দিন ।বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে ।

ঘটনাৱলী :১৬৮৬:কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম বৃটিছ পতাকা উত্তোলন কৰা হয়।
১৭৩৯:নাদিৰ শাহে দিল্লী দখল কৰে।
১৯৩৫:ব্ৰিটিছ কাউন্সিল গঠন কৰা হয়।
১৯৯১:খালেদা জিয়াই বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

জন্ম :১৮৯০:অসমীয়া প্ৰবন্ধকাৰ, কবি, শিক্ষাবিদ জ্ঞাননাথ বৰাৰ জন্মদিন।

দিৱস :আন্তজাৰ্তিক সুখ দিৱস।

সংগ্ৰাহক :দীপ্তি কুমাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)