স্তৱক-অনন্ত কুমাৰ ভূঞা

©Admin
0
কেতিয়াবা শব্দই
আক্ৰমন কৰে
সেঁ‌তুবন্ধন পাঠশালাত
জয়াল শব্দৰ
শিক্ষা লোৱা নাই
কিয় দুৰ্যোগে ঘেৰি ধৰি
দুৰ্নাম কঢ়িয়াই ?

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)