গোলাপ ফুল-মধুমিতা গগৈ

©Admin
0
মোৰ পদূলিৰ গোলাপ ফুল জোপা
লহপহকৈ আহিছে ডাঙৰ হৈ
ফুলি উঠে বুলি ৰাখিছোঁ
সাৰ পানী দি সবল কৈ।

প্ৰভাতি সুৰুৰ্যৰ হেঙুলীয়া
বেলি পোহৰৰ দৰে
ফুলি থাকা তুমি
মোৰ পদূলিৰ মূখতে ।

গোলাপ ফুল মোৰ বৰ প্ৰিয়
প্ৰিয় মোৰ গোলপীয়া বৰণটি
তাতোতকৈ প্ৰিয় মোৰ
তোমাৰ সেই মিচিকিয়া হাঁহিটি।

মন যায় কেতিয়াবা তোমাৰ
সুৱাহৰ মাজতে বিলীন হ'বলৈ
মন যায় কেতিয়াবা
তোমাক দুহাতেৰে স্পৰ্শ কৰিবলৈ।

গোলাপ ফুল সচাঁকৈ বৰ প্ৰিয় মোৰ।

✍️মধুমিতা গগৈ,লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)